Mail Us:mrgcollege@gmail.com

Any assistance:03751 272 239

Student:Chat / Login

Department of Assamese

Assamese

Faculties of Assamese

Dr. Deba Bora
  • Designation :Associate Professor
  • Date of Birth :18/03/1962
  • Date of Joining :14/11/1985
  • Qualification :M.A., M.Phil., Ph.D.
  • Mobile :9435036578
  • Email :debobora99@gmail.com
  •  
Dr. Ramen Hazarika
  • Designation :Associate Professor
  • Date of Birth :03/04/1965
  • Date of Joining :14/02/1994
  • Qualification :M.A., Ph.D., NET
  • Mobile :9854812161
  • Email :hazarikaramen12@yahoo.com
  •  
Mrs. Chitra Borgohain
  • Designation :Associate Professor
  • Date of Birth :01/01/1970
  • Date of Joining :01/12/1995
  • Qualification :M.A., M.Phil.
  • Mobile :9435138338
  • Email :mschitraborgohain@gmail.com
  •  
Dr. Runjun Saikia
  • Designation :Associate Professor
  • Date of Birth :21/08/1974
  • Date of Joining :23/09/2002
  • Qualification :MA , PHD
  • Mobile :7002524089
  • Email :runjunsaikia2010@gmail.com
  •  
Bitumani Malia
  • Designation :Assistant Professor
  • Date of Birth :26/01/1980
  • Date of Joining :02/05/2005
  • Qualification :M.A. (NET)
  • Mobile :9435475941
  • Email :bitumanimaliadas@gmail.com
  •  

Events & Notices

পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰচলিত ভাষাসমূহক অধ্যয়নৰ সুবিধাৰ বাবে পণ্ডিতসকলে কেইটামান ভাষা পৰিয়ালত বিভক্ত কৰিছে৷ একে লক্ষণবিশিষ্ট ভাষাবিলাকক একেটা মূলৰ পৰা উদ্ভৱ হোৱা বুলি ধৰি লৈ একেটা পৰিয়ালৰ অন্তৰ্গত কৰি এনেদৰে ঐতিহাসিক বিভাজন কৰা হৈছে৷ সেই ভাগকেইটা হৈছে--(১) ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়াল

(২) চীন-তীব্বতীয় ভাষা পৰিয়াল

(৩) অষ্ট্ৰিক পৰিয়াল

(৪) দ্ৰাবিড় পৰিয়াল

(৫) চেমীয়-হেমীয় পৰিয়াল

(৬) ইউৰাল-আলটাই পৰিয়াল

(৭) ককেছীয় ভাষা পৰিয়াল

(৮) এস্কিম’ ভাষা পৰিয়াল

 

আনহাতে পৃথিৱীত এনে কিছুমান ভাষা আছে যিবোৰ ভাষাৰ উৎস নিৰ্ণয় কৰা কঠিন৷ তেনে ভাষাসমূহক ভৌগোলিক অৱস্থান অনুযায়ী ভাগ কৰা হৈছে--

(১) আমেৰিকাৰ আদিম ভাষাবৰ্গ

(২) আফ্ৰিকাৰ আদিম ভাষাবৰ্গ

(৩) অষ্ট্ৰেলিয়াৰ আদিম ভাষাবৰ্গ

(৪) উত্তৰ-পূৱ সীমান্তীয় ভাষাবৰ্গ

22/05/2019